বেটুপাত

নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ

এছিয়াৰ চিতা বা চিতা বাঘ হৈছে বৰ্তমান কেৱল ইৰাণত জীয়াই থকা সংকটাপন্ন চিতা বাঘৰ এক উপ-প্ৰজাতি। ইয়াৰ বিচৰণ এসময়ত আৰৱ উপদ্বীপ আৰু নিকটৱৰ্তী পূবৰ পৰা কাস্পিয়ান অঞ্চল, ট্ৰান্সককেছাছ, কিজিলকাম মৰুভূমি আৰু উত্তৰ দক্ষিণ এছিয়ালৈকে ব্যাপ্ত আছিল, কিন্তু কুৰি‍ শতিকাৰ সময়ছোৱাত এই অঞ্চলসমূহৰ পৰা ই বিলুপ্ত হৈছে। এছিয়াৰ চিতা বাঘ আফ্ৰিকাত থকা চিতা বাঘৰ পৰা ৩২,০০০ আৰু ৬৭,০০০ বছৰৰ আগয়েই বিচ্ছিন্ন হৈছিল।

ইৰাণৰ পূব-মধ্য শুষ্ক অঞ্চলৰ সংৰক্ষিত অঞ্চলৰ য'ত মানুহৰ জনসংখ্যাৰ ঘনত্ব অতি কম তাতেই এছিয়াৰ চিতা বাঘ জীয়াই আছে। ২০১১ চনৰ ডিচেম্বৰৰ পৰা ২০১৩ চনৰ নৱেম্বৰৰ ভিতৰত ১৪টা বিভিন্ন সুৰক্ষিত অঞ্চলত ৮৪টা এছিয়াৰ চিতা বাঘ দেখা গৈছিল আৰু কেমেৰা ট্ৰেপৰ ফটোগ্ৰাফৰ যোগেদি‍ ৮২টা এছিয়াৰ চিতা বাঘক চিনাক্ত কৰা হৈছিল। ২০১৭ চনৰ ডিচেম্বৰ মাহত ইৰাণৰ কেন্দ্ৰীয় মালভূমিৰ ১৪০,০০০ বৰ্গকিলোমিটাৰ (৫৪,০০০ বৰ্গমাইল) অঞ্চলত বিক্ষিপ্ত হৈ থকা চিতা বাঘৰ সংখ্যা তিনিটা ভিন ভিন ঠাই মিলাই ৫০টাতকৈও কম বুলি ভবা হৈছে। ২০২২ চনৰ জানুৱাৰীত ইৰাণৰ পৰিৱেশ বিভাগ‍ে অনুমান কৰিছিল যে দেশখনত মাত্ৰ ১২টা এছিয়াৰ চিতা বাঘহে‍ আছে‍ আছে যাৰ ৯টা মতা আৰু ৩জনী মাইকী। ২০২৩ চনত ইৰাণৰ চিতা বাঘ চ'ছাইটি‍ৰ এজন সদস্যই ইৰাণত ৩০ৰ পৰা ৪০টা এছিয়াৰ চিতা বাঘ থকাৰ কথা সদৰি‍ কৰিছে‍। ইয়াত বিতংকৈ পঢ়ক
আপুনি জানেনে?
আপুনি জানেনে...
  • ...যে ১৮৫৩ চনত ভাৰতত প্ৰথম ৰে’লপথ নিৰ্মাণ কৰা হৈছিল ব’ম্বে আৰু থানেৰ মাজত?
  • ...যে বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে পূৰ্ণিমা দেৱী বৰ্মন বিশেষভাৱে জনাজাত?
  • ...যে ১৯৭০ চনৰ এপ্ৰিল মাহত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পোৱা বিন্দু আলোচনীখনেই হ'ল অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী?
  • ...যে ২০০৪ চনত মাৰ্ক জুকাৰবাৰ্গে হাৰ্ভাৰ্ডত অধ্যয়ন কৰি থকাৰ সময়তে বন্ধুসকলৰ সৈতে ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট ফেইচবুক ডট কম প্ৰতিষ্ঠা কৰে?
  • ...যে 'ৰেজো সেৰেসে' নামৰ ব্যক্তিজনে ১৯৩৩ চনত কম্পোজ কৰা গ্লুমি ছানডে গানটো শুনি এশৰো বেছি মানুহে আত্মহত্যা কৰিছে?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/নৱেম্বৰ, ২০২৪
টকৌ পাত
অসমযোৰহাট জিলাৰ ৰংদৈ দ গাঁৱত দেখা এজোপা টক‍ৌ পাতৰ গছ৷
আলোকচিত্ৰ:কুমুদ ঘোষ

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিকিউদ্ধৃতি, ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
ফেইচবুক এক্স (টুইটাৰ) ইনষ্টাগ্ৰাম ইউটিউব টেলিগ্ৰাম 
ভাষা
  NODES