১ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
১ মে' (ইংৰাজী: 1 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২১তম (অধিবৰ্ষত ১২২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী
সম্পাদনা কৰক- ১৭৫১ – আমেৰিকাত প্ৰথম ক্ৰিকেট খেলা অনুষ্ঠিত হয়।
- ১৯৪০ – দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে ১৯৪০ গ্ৰীষ্মকালীন অলিম্পিক বন্ধ হয়।
- ১৯৪৮ – গণতান্ত্ৰিক কোৰিয়া প্ৰজাতন্ত্ৰ (উত্তৰ কোৰিয়া) প্ৰতিষ্ঠিত হয়।
- ১৯৬০ – পশ্চিম ভাৰতৰ নতুন দুখন প্ৰদেশ হিচাপে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ জন্ম হয়।
জন্ম
সম্পাদনা কৰক- ১৮৮১ – পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন, ফৰাচী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
- ১৯১৯ – মান্না দে, ভাৰতীয় সঙ্গীতশিল্পী।
- ১৯১৩ - বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (মৃত্যু: ১৩ এপ্ৰিল, ১৯৭৩)
- ১৯২২ - আব্দুছ ছাত্তাৰ, অসমৰ কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষাবিদ।
- ১৯২৩ – জোছেফ হেলাৰ, আমেৰিকান ঔপন্যাসিক (মৃ. ১৯৯৯)
- ১৯৪২ - ৰমেশ পাঠক, ভাৰতীয় সাহিত্যিক তথা গৱেষক।
- ১৯৫১ – গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন।
- ১৯৬০ - কমলেশ মেহতা, ভাৰতীয় টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
- ১৯৬৮ - বাবুল ফুকন, অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
- ১৯৬৮ – অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ।
- ১৯৭৩ - ডায়েনা হেইডেন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৮ - অনুষ্কা শৰ্মা, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
- ১৯৯৫ - ৰাধিকা মাদান, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৪৫ – জোছেফ গোয়েবলচ, নাৎসি জাৰ্মানৰ প্ৰচাৰমন্ত্ৰী (জ. ১৮৯৭)
- ১৯৯০ - উপেন্দ্ৰনাথ ব্ৰহ্ম, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৯৩ - পিয়েৰ বেৰেগোভোয়া, ফৰাচী প্ৰধানমন্ত্ৰী (জ. ১৯২৫)
- ২০২১ - বিক্ৰমজিৎ কঁৱৰপাল, ভাৰতীয় অভিনেতা।
দিৱস
সম্পাদনা কৰক- বিশ্ব শ্ৰমিক দিৱস / মে' দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১ মে’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা