২২ মাৰ্চ
তাৰিখ
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
২২ মাৰ্চ (ইংৰাজী: 22 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮১তম (অধিবৰ্ষত ৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৪টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰকজন্ম
সম্পাদনা কৰক- ১৭১২ - এডৱাৰ্ড মোৰে, ইংৰাজ কবি।
- ১৮৬৮ - ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৩১ - বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৪৯ - গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু: ৭ জানুৱাৰী, ২০১৬)
- ১৯৬০ - ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।
মৃত্যু
সম্পাদনা কৰক- ১৮৯২ - বিষ্ণুপ্ৰিয়া দেৱী, অসমীয়া কবি।
- ১৯৭৭ - এ. কে. গোপালন, ভাৰতীয় ৰাজনীতিক।
- ২০১৬ - ৰিটা গাম, আমেৰিকান অভিনেত্ৰী।
দিৱস
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২২ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2007-03-03 at the Wayback Machine