৩ মাৰ্চ
তাৰিখ
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
৩ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬১ তম (অধিবৰ্ষত ৬২ তম) দিন।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৬৯ - ভাৰতত প্ৰথম দ্ৰুতগামী ৰাজধানী এক্সপ্ৰেছ ৰেল (হাওড়া আৰু নতুন দিল্লীৰ মাজত) আৰম্ভ হয়।
জন্ম
সম্পাদনা কৰক- ১৮৩৯ - জামশেদজী টাটা, ভাৰতৰ উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক। (মৃত্যু: ১৯০৪)
- ১৮৪৭ - আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল, ইংৰাজ বিজ্ঞানী আৰু উদ্ভাৱক।
- ১৯৩১ - গোলাম মুস্তাফা খান, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ।
- ১৯৩৭ - দেবেন্দ্ৰ নাথ আচাৰ্য, অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক।
- ১৯৫৩ - জিক', ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ।
- ১৯৫৫ - যশপাল ভাট্টি, ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক।
- ১৯৮৭ - শ্ৰদ্ধা কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৭ - মুনিবা মাজাৰি, পাকিস্তানী মানৱাধিকাৰ কৰ্মী।
- ১৯৯৭ - যোগেশ কাথুনিয়া, ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ।
- ২০০০ - হৰনাজ সান্ধু, ভাৰতীয় মডেল।
মৃত্যু
সম্পাদনা কৰক- ১৯৬৫ - আমিৰবাই কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
দিৱস
সম্পাদনা কৰক- বিশ্ব বন্যপ্ৰাণী দিৱস
- ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (কুৱেইট)
- বিশ্ব বন্যপ্ৰাণী দিৱস
- বিশ্ব শ্ৰবণ দিৱস
- বিশ্ব জন্ম-ত্ৰুটি দিৱস
- আন্তৰ্জাতিক কৰ্ণসেৱা দিৱস
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৩ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |